पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील একক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

একক   বিশেষ্য

अर्थ : কোনো বস্তু জোখমাপ কৰিবৰ কাৰণে মাত্রা বা মান হিচাপে লোৱা মান বিশেষ

उदाहरणे : তাপমানৰ একক ডিগ্রী চেণ্টিগ্রেড

समानार्थी : ইউনিট, মান

अर्थ : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়

उदाहरणे : সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়

समानार्थी : একক স্থান

अर्थ : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ

उदाहरणे : বাৰত দুটা একক আৰু এটা দহক থাকে

अर्थ : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়

उदाहरणे : আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত

একক   বিশেষণ

अर्थ : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে

उदाहरणे : এইটো একক প্রণালী

चौपाल