अर्थ : ভাঙি চিঙি নষ্ট হোৱা
उदाहरणे :
কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
समानार्थी : উৱলি যোৱা, বিধ্বস্ত হোৱা
अर्थ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
उदाहरणे :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
समानार्थी : পঁ্চা