अर्थ : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
उदाहरणे :
প্রধান আচার্যই ্পতাকা উৰাই আছে
अर्थ : আনৰ হতুৱাই উৰা
उदाहरणे :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
अर्थ : বতাহত ওপৰলৈ উঠা
उदाहरणे :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে