सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
उदाहरणे : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
समानार्थी : উৰা
अर्थ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
उदाहरणे :
अर्थ : বতাহত উৰা
उदाहरणे : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল
अर्थ : যি উৰি আছে
उदाहरणे : উৰি থকা চৰাইটো চিকাৰীৰ তীৰত ঘায়ল হৈ মাটিত সৰি পৰিল
समानार्थी : উড়ন্ত, উড্ডীন, উড্ডীয়মান
स्थापित करा