पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উৎসৱ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উৎসৱ   বিশেষ্য

अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

उदाहरणे : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

समानार्थी : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ

अर्थ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি

उदाहरणे : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?

समानार्थी : সমাৰোহ

अर्थ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

उदाहरणे :

समानार्थी : উছব, মহোৎসৱ, মেলা, সমাৰোহ

चौपाल