पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উৎপাত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উৎপাত   বিশেষ্য

अर्थ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

उदाहरणे : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

समानार्थी : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

अर्थ : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া

उदाहरणे : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব

समानार्थी : উপদ্রৱ, মাৰ-কিল, মাৰপিট, হাংগামা, হাঙ্গামা

अर्थ : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়

उदाहरणे : খৰধৰকৈ কৰা কাম ভাল নহয়

समानार्थी : খৰধৰ, ততাতৈয়া, লৰালৰি, হুৰমূৰ

चौपाल