सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
उदाहरणे :
समानार्थी : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
अर्थ : যি ঠাইৰ পৰা কোনো বস্তু আদিৰ ব্যুৎপত্তি বা উদ্ভৱ হৈছে
उदाहरणे : গংগাৰ উৎপত্তি গংগোত্রীৰ পৰা হৈছে
समानार्थी : উদ্গম স্থল, উৎপত্তি স্থল
अर्थ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
उदाहरणे : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
समानार्थी : অভ্যুদয়, অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, জন্ম
स्थापित करा