सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি
उदाहरणे : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল
समानार्थी : খটখটীয়া, চতফতীয়া, চতবতীয়া
अर्थ : যিজনে বৰ উৎপাত কৰে
उदाहरणे : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
समानार्थी : খটাসুৰ, দুষ্ট, বদমাচ
अर्थ : যি উপদ্রৱ কৰে
उदाहरणे : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
समानार्थी : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ
स्थापित करा