सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
उदाहरणे : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
समानार्थी : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
अर्थ : আতুৰ হোৱা অৱস্থা
उदाहरणे : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
समानार्थी : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
अर्थ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
उदाहरणे : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
समानार्थी : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
स्थापित करा