सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
उदाहरणे : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
समानार्थी : অতিক্রমণ, উপক্রম, লংঘন
अर्थ : কোনো নিশ্চিতি, প্রতিজ্ঞা, নিয়ম বা বিধি ভাঙি পেলোৱা আৰু তাৰ বিৰুদ্ধে কাম কৰা ক্রিয়া
उदाहरणे : নিয়মৰ উলংঘন কৰোতাক দণ্ড বিহা হʼব
समानार्थी : উলঙ্ঘন
स्थापित करा