सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উপায়ৰ অভাৱ
उदाहरणे : উপায়হীন স্থিতিত সকলো ভাগ্যৰ ওপৰত এৰি দিয়াই উচিত হʼব
अर्थ : যʼত কোনো বিকল্প নাথাকে বা বিকল্পৰ অভাৱ
उदाहरणे : এই সমস্যাটোকলৈ মই নিৰুপায় হৈ পৰিলোঁ
समानार्थी : নিৰুপায়, বিকল্পহীন
अर्थ : যাৰ উপায় নাথাকে
उदाहरणे : উপায়হীন সমস্যাক সামাধান কৰাৰ প্রয়াস ব্যর্থ হʼব
स्थापित करा