सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
उदाहरणे : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
समानार्थी : খিতাপ, পদবী
अर्थ : শিক্ষাৰ ক্ষেত্রত লাভ কৰা উপাধি
उदाहरणे : তেখেতক আচার্য শিক্ষা-সন্মানেৰে সন্মানিত কৰা হʼল
समानार्थी : বিদ্যা-উপাধি, শিক্ষা-সন্মান
अर्थ : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
उदाहरणे : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
समानार्थी : উপনাম, পদবী, বংশনাম
स्थापित करा