सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
उदाहरणे : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
समानार्थी : ইতিকিং, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি
अर्थ : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
उदाहरणे : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
समानार्थी : পৰিহাস
अर्थ : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে
उदाहरणे : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত
समानार्थी : ঠাট্টা, ব্যংগ, ব্যঙ্গ
स्थापित करा