पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উপসংহাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উপসংহাৰ   বিশেষ্য

अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য

उदाहरणे : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

समानार्थी : অন্ত, অৱধি, অৱসান, ইতি, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

अर्थ : কোনো কিতাপৰ অন্তিম অধ্যায় যʼত তাৰ উদ্দেশ্য সংক্ষেপে বর্ণ্্না কৰা থাকে

उदाहरणे : মই উপসংহাৰ পঢ়িয়েই বুজি পাওঁ সেইখন কেনেধৰণৰ উপন্যাস হʼব

अर्थ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

उदाहरणे : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

समानार्थी : অন্ত, ইতি, শেষ, সমাপ্তি

चौपाल