अर्थ : ব্যৱহাৰ বা প্রয়োজনত অহা ভাব বা অৱস্থা
उदाहरणे :
জনতাৰ উপযোগিতাৰ প্রতি লক্ষ্য ৰাখি সুলভ শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে
अर्थ : কোনো বস্তুৰ মহত্ত্ব বা মানদণ্ডৰ বিচাৰ কৰা গুণ বিশেষ
उदाहरणे :
সময়ৰ উপযোগিতাক বুজি নোপোৱাজনে পিছত পস্তাবলগীয়া হয়
अर्थ : কামত অহা বা লগা যোগ্যতা
उदाहरणे :
বস্তুৰ উপযোগিতা অনুযায়ীহে আমি ইয়াৰ চয়ন কৰোঁ