पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উপযুক্ত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উপযুক্ত   বিশেষণ

अर्थ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

उदाहरणे : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

समानार्थी : উচিত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

अर्थ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

उदाहरणे :

समानार्थी : উচিত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

अर्थ : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত

उदाहरणे : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে

समानार्थी : উচিত, যোগ্য, সমুচিত

अर्थ : যেনে হোৱা উচিত তেনেধৰণৰ

उदाहरणे : এই কথাটো মোৰ উচিত যেন লগা নাই

समानार्थी : উচিত, ঠিক, যোগ্য, সঠিক

अर्थ : কিবা পোৱা বা লোৱাৰ যোগ্য

उदाहरणे : তেওঁ ্মাৰ খোৱাৰ যোগ্য

समानार्थी : যোগ্য

चौपाल