अर्थ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
उदाहरणे :
উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
समानार्थी : ভোক্তা
अर्थ : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
उदाहरणे :
মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
समानार्थी : উপভোগকাৰী, ব্যৱহাৰকাৰী