पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উপনিৱেশ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উপনিৱেশ   বিশেষ্য

अर्थ : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল

उदाहरणे : পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল

समानार्थी : কলনি

अर्थ : স্থানীয় খিলঞ্জীয়া অধিবাসী বা জীৱৰ উপৰি বহিৰাগত নৰগোষ্ঠী, জীৱগোষ্ঠী বা বীজাণু আদিয়ে বাস কৰিব লোৱা কোনো ক্ষেত্র বা তেনে গোষ্ঠী

उदाहरणे : বাৰিষাৰ সময়ত ঠায়ে-ঠায়ে একত্রিত হোৱা পানীতে বীজাণু, মহ-মাখি আদিয়ে পতা উপনিৱেশ, বেমাৰৰ কাৰণ হৈ পৰে

समानार्थी : উপনিবেশ, নিবহ

अर्थ : এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য

उदाहरणे : ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল

चौपाल