सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ব্যক্তি,বস্তু আদিৰ আচল নামৰ বাহিৰে থকা অন্য নাম যাৰ দ্বাৰা তেওঁ প্রসিদ্ধি লাভ কৰে বা তেওঁক ্মতা হয়
उदाहरणे : কবি ৰামধাৰী সিংহ ্তেওঁৰ দীনকৰ উপনামেৰে প্রসিদ্ধ
समानार्थी : ছদ্ম নাম, ছদ্মনাম
अर्थ : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
उदाहरणे : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
समानार्थी : উপাধি, পদবী, বংশনাম
स्थापित करा