सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
उदाहरणे : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
समानार्थी : শিক্ষা
अर्थ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
उदाहरणे : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
समानार्थी : জ্ঞান, বুজনি, শিকনি, শিক্ষা
स्थापित करा