सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো নতুন বস্তু, কথা, শক্তি আদিৰ উদ্ভৱ হৈ সন্মুখলৈ অহা কার্য
उदाहरणे : ১৯৭২ চনত স্বাধীন ৰাষ্ট্র হিচাপে বাংলাদেশৰ উদয় হৈছিল
समानार्थी : অভ্যুদয়
अर्थ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
उदाहरणे : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
समानार्थी : অভ্যুদয়, অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, জন্ম
स्थापित करा