सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি উদ্যমী নহয়
उदाहरणे : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
समानार्थी : নিৰুদ্যমী, নিৰুৎসাহ, ভগ্নোদ্যম, হতোদ্যম
अर्थ : যʼত উৎসাহ বা স্ফূর্তি নাই
उदाहरणे : স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
समानार्थी : অনুৎসাহী, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন
स्थापित करा