अर्थ : যিজন বহল হৃদয়ৰ
उदाहरणे :
উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
समानार्थी : উদাৰ, উদাৰচেতীয়া, দিলদাৰ
अर्थ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
उदाहरणे :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
समानार्थी : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে