सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
उदाहरणे : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
समानार्थी : উপমা, দৃষ্টান্ত
अर्थ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
उदाहरणे : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
समानार्थी : আর্হি, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
अर्थ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
उदाहरणे : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
समानार्थी : দৃষ্টান্ত, নমুনা
स्थापित करा