सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
उदाहरणे :
समानार्थी : অনাচ্ছাদিত, অনাবৃত, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
अर्थ : ভিতৰত একো নথকা বা যি অপূর্ণ
उदाहरणे : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
समानार्थी : উকা, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত
अर्थ : ঢাকি নৰখা বা আৱৰি নৰখা
उदाहरणे : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
समानार्थी : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
स्थापित करा