अर्थ : উত্তৰকালৰ সৈতে সম্বন্ধিত
उदाहरणे :
তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই
समानार्थी : উত্তৰ কালৰ, ভাবীকালৰ
अर्थ : ভৱিষ্যত কালত হʼবলগীয়া
उदाहरणे :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
समानार्थी : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ