अर्थ : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
उदाहरणे :
মহেশ উত্তৰৰ বাসিন্দা
अर्थ : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
उदाहरणे :
আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
समानार्थी : জবাব
अर्थ : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
उदाहरणे :
समानार्थी : উত্তৰ দিশ
अर्थ : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
उदाहरणे :
উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে