सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আবেগিক হোৱা অৱস্থা বা ভাব বা চিত্তৰ প্রৱল বৃত্তি
उदाहरणे : মই আবেগত আহি নাজানো কি কি কʼলোঁ
समानार्थी : আবেগ, আৱেগ, আৱেশ, উচ্ছ্বাস, উন্মাদনা, ভাবাবেগ, সংবেগ, হৃদয়োচ্ছ্বাস
अर्थ : আৱেগবোৰক তীব্রতৰ কৰা কার্য ্বা অৱস্থা
उदाहरणे : মিছা দোষাৰোপ শুনাৰ লগে লগে মানসী উত্তেজনাত কঁপি উঠিল
स्थापित करा