सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উষ্ণতা বা তাপ থকা
उदाहरणे : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
समानार्थी : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উষ্ণ, গৰম, তপত, তপ্ত, তাপময়, তাপযুক্ত
अर्थ : তপত কৰা বা জ্বলোৱা
उदाहरणे : উত্তাপিত সোণ সম্পূর্ণ বিশুদ্ধ হয়
अर्थ : যাক গৰম কৰা হৈছে
उदाहरणे : উত্তপ্ত বাচনটোক স্পর্শ কৰোতেই হাত পুৰি গʼল
समानार्थी : উত্তপ্ত, তপ্ত
स्थापित करा