पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উড়িয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উড়িয়া   বিশেষ্য

अर्थ : উৰিষ্যাৰ অধিবাসী

उदाहरणे : এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব

अर्थ : যি লিপিত উড়িয়া ভাষা লিখা হয়

उदाहरणे : লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে

समानार्थी : উড়িয়া লিপি

উড়িয়া   বিশেষণ

अर्थ : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা

उदाहरणे : আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ

समानार्थी : উৰিয়া

अर्थ : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरणे : পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ

चौपाल