अर्थ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
उदाहरणे :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
अर्थ : কিছু সময় ওপৰলৈ ধৰি থকা
उदाहरणे :
তেওঁ ্বোজাটো মূৰত উঠালে
अर्थ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
उदाहरणे :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
समानार्थी : উঠাই দিয়া
अर्थ : (সংগীত) স্বৰ তীব্র কৰা
उदाहरणे :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
समानार्थी : তোলা
अर्थ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
उदाहरणे :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
अर्थ : স্থান ত্যাগ কৰা
उदाहरणे :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
अर्थ : কাৰোবাক অধিক গুৰুত্ব দিয়া
उदाहरणे :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
अर्थ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
उदाहरणे :
দেউতাই মোক ঝুলনাত উঠালে
अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
उदाहरणे :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
समानार्थी : বহুওৱা
अर्थ : উঠিবলৈ প্ৰবৃত্ত কৰা
उदाहरणे :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
समानार्थी : উঠাই দিয়া
अर्थ : বহী, কাগজ আদিত লিখা
उदाहरणे :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
समानार्थी : উঠাই থোৱা