अर्थ : প্রথা বন্ধ কৰা কার্য
उदाहरणे :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
समानार्थी : নিষিদ্ধ কৰা, বন্ধ কৰা
अर्थ : উঠিবলৈ প্ৰবৃত্ত কৰা
उदाहरणे :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
समानार्थी : উঠোৱা
अर्थ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
उदाहरणे :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
समानार्थी : উঠোৱা