अर्थ : কাম-বন শেষ হোৱা
उदाहरणे :
সভাখন উঠি গʼল বজাৰ উঠি গʼল
समानार्थी : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
अर्थ : হিচাপত অহা বা সোমোৱা এক অৱস্থা
उदाहरणे :
এক কিলোত মাত্র পাঁচটা আম উঠিল
अर्थ : তলৰ পৰা ওপৰৰফালে যোৱা
उदाहरणे :
ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে
समानार्थी : বগোৱা
अर्थ : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে
उदाहरणे :
समानार्थी : থিয় হোৱা
अर्थ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
उदाहरणे :
পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
समानार्थी : ওখ হোৱা
अर्थ : কোনো চিহ্ন আদি ওলাই অহা
उदाहरणे :
অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
अर्थ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
उदाहरणे :
কালিৰ পৰা গাইজনী জাগিছে
समानार्थी : জাগা
अर्थ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
उदाहरणे :
নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
अर्थ : মনলৈ অহা বা ধ্যানত উদয় হোৱা
उदाहरणे :
মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
अर्थ : ওপৰলৈ যোৱা বা বগোৱা
उदाहरणे :
সূর্য ্লাহে-লাহে উঠি আছে