सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভিতৰত একো নথকা বা যি অপূর্ণ
उदाहरणे : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
समानार्थी : উদং, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত
अर्थ : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
उदाहरणे : তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
समानार्थी : চাদা
अर्थ : ৰং বিহীন
उदाहरणे : বিধবাসকলে বগা কাপোৰ পিন্ধে
स्थापित करा