पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ইস্তাহাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ইস্তাহাৰ   বিশেষ্য

अर्थ : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

उदाहरणे : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

समानार्थी : বিজ্ঞপ্তি, বিজ্ঞাপন

अर्थ : কোনো খবৰ বাতৰি আদি জনোৱাৰ কাৰণে দেৱাল আদিত লগোৱা জাননী পত্র বিশেষ

उदाहरणे : এই চিনেমাখনৰ বিজ্ঞাপন গলিয়ে-গলিয়ে লগোৱা হৈছে

समानार्थी : পʼষ্টাৰ, পোষ্টাৰ, বিজ্ঞাপন

चौपाल