अर्थ : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ চিৰসেউজ গছৰ সুগন্ধি বীজ
उदाहरणे :
মোহনে চাহখিনি সুস্বাদু কৰিবৰ কাৰণে ইলাচী আৰু আদা দিছে
अर्थ : এজোপা চিৰসেউজীয়া বৃক্ষ যাৰ ফলৰ পৰা পোৱা সুগন্ধী বীজ মছলা হিচাপে ব্যৱহাৰ হয়
उदाहरणे :
এই বাগিচাত ইলাচী আদিৰ গছ আছে