अर्थ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
उदाहरणे :
মোৰ কিবা খাবৰ মন গৈছে
समानार्थी : অভিলাষ কৰা, ইচ্ছা যোৱা, বিচৰা, মন যোৱা
अर्थ : কোনো বস্তু বা কামৰ প্রতি হোৱা ইচ্ছা
उदाहरणे :
পহৰাদাৰজনে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে
समानार्थी : কামনা কৰা, প্রত্যাশা কৰা, মন কৰা