अर्थ : ঢাকি নৰখা বা আৱৰি নৰখা
उदाहरणे :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
समानार्थी : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
अर्थ : যাৰ সন্মুখত কোনো পর্দা নাই
उदाहरणे :
পর্দাহীন দুৱাৰেদি ঘৰৰ সকলো বস্তুৱে ভুমুকি আছিল
समानार्थी : অনাবৃত, নিৰাৱৰণ, পর্দাহীন, ্পর্দা নাইকিয়া-, ্পর্দাবিহীন