सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
उदाहरणे : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
समानार्थी : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
अर्थ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
उदाहरणे : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
समानार्थी : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
अर्थ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
उदाहरणे : বাদামৰ ওপৰত বহুত টান খোলা থাকে
समानार्थी : কবচ, খোলা
स्थापित करा