पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আৰোহী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আৰোহী   বিশেষ্য

अर्थ : আৰোহণ কৰা ব্যক্তি

उदाहरणे : আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে

समानार्थी : আৰোহক

अर्थ : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে

उदाहरणे : যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে

আৰোহী   বিশেষণ

अर्थ : কোনো বস্তুৰ ওপৰত উঠা বা বহা

उदाहरणे : চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল

अर्थ : যাৰ ওপৰত উঠিব পৰা যায়

उदाहरणे : আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম

अर्थ : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা

उदाहरणे : তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে

चौपाल