अर्थ : সুস্থ বা নিৰোগী অৱস্থা
उदाहरणे :
নিয়মিতভাবে ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে
समानार्थी : স্বাস্থ্য
अर्थ : যাৰ কোনো বেমাৰ-আজাৰ নাই বা যি ভাল স্বাস্থ্যৰ অধিকাৰী
उदाहरणे :
এতিয়া আপোনাৰ শৰীৰ সুস্থ
समानार्थी : অৰুগ্ন, নিৰোগী, সুস্থ, স্বস্থ, স্বাস্থ্যজনক, স্বাস্থ্যৱান