पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আৰম্ভণি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আৰম্ভণি   বিশেষ্য

अर्थ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

उदाहरणे : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

समानार्थी : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

उदाहरणे : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

समानार्थी : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

अर्थ : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

उदाहरणे : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

अर्थ : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

उदाहरणे : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

समानार्थी : অʼপেনিং, চেচৰ অʼপেনিং

चौपाल