अर्थ : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
उदाहरणे :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
अर्थ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
उदाहरणे :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
समानार्थी : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ