पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আয়োজন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আয়োজন   বিশেষ্য

अर्थ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

उदाहरणे : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

समानार्थी : ব্যৱস্থা

अर्थ : ব্যৱস্থা কৰা কার্য ্বা ভাব

उदाहरणे : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

समानार्थी : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

अर्थ : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

उदाहरणे : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

समानार्थी : বন্দৱস্ত, যা-যোগাৰ, যো-জা

अर्थ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

उदाहरणे :

समानार्थी : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা

चौपाल