सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ঈশ্বৰক বিশ্বাস কৰা লোক
उदाहरणे : মহাশিৱৰাত্রিৰ শুভমুহূর্তত শিৱ মন্দিৰৰ সন্মুখত ঈশ্বৰভক্তৰ ভিৰ হৈছিল
समानार्थी : ঈশ্বৰবাদী, ঈশ্বৰভক্ত
अर्थ : যি বেদ, ঈশ্বৰ আৰু পৰলোক আদিৰ ওপৰত বিশ্বাস ৰাখে
उदाहरणे : প্রকৃত হিন্দু আস্তিক হয়
समानार्थी : ঈশ্বৰনিষ্ঠ
स्थापित करा