सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
उदाहरणे : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
समानार्थी : অদ্ভুত কাম, অবাক, আচৰিত, চমক, চমৎকাৰ, তবধ, বিস্ময়
अर्थ : যি বিশেষ লক্ষণযুক্ত
उदाहरणे : মৎস্যকন্যা এক অসাধাৰণ জীৱ
समानार्थी : অত্যাশ্চার্য, অদ্ভূত, অপূর্ব, অভিনৱ, অভূতপূর্ব, অসাধাৰণ, আজব, আজৱ, চমকপ্রদ, বিচিত্র, বিস্ময়াবহ, ্ আশ্চর্যজনক
स्थापित करा