सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ আশা নোহোৱা হৈ গৈছে
उदाहरणे : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
समानार्थी : নিৰাশ
अर्थ : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
उदाहरणे : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
समानार्थी : আশাশূন্য, নিভাৰসা, নিৰাশ, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
स्थापित करा