पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আলোচনা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আলোচনা   বিশেষ্য

अर्थ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা

उदाहरणे : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে

समानार्थी : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য

अर्थ : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ

उदाहरणे : শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে

समानार्थी : সমালোচনা

अर्थ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা

उदाहरणे : সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে

समानार्थी : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা

अर्थ : কোনো বিষয়ত কৰা কথা-বার্তা

उदाहरणे : তাত ্যৌতুক প্রথা সন্দর্ভত মিটিং কৰি আছে

समानार्थी : চর্চা, পৰি্চর্চা, মিটিং

चौपाल