अर्थ : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
उदाहरणे :
মায়ে আজিকালি বৰ আমনি কৰে
समानार्थी : বিৰক্ত কৰা
अर्थ : কাৰোবাক আমনি দি থকা
उदाहरणे :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
समानार्थी : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া
अर्थ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
उदाहरणे :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
समानार्थी : বিৰক্ত কৰা
अर्थ : ধেমালিতে কাৰোবাক আমনি কৰা
उदाहरणे :
ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে