सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
उदाहरणे : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
समानार्थी : আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
अर्थ : সামান্য মিল থকা
उदाहरणे : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
समानार्थी : আভাস, প্রতীতি
अर्थ : এক ধৰণৰ প্রকাশ বা পোহৰ
उदाहरणे : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
समानार्थी : কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
अर्थ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
उदाहरणे : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
समानार्थी : উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
स्थापित करा